Nadi Mur Pratham Lyrics – Assamese Songs
নদী মোৰ প্ৰথম ভালপোৱা আলফুলে বুকুতে সজোৱা৷
নদী মোৰ প্ৰথম ভালপোৱা আলফুলে বুকুতে সজোৱা৷
কোৱাই নহ’ল বহু কথা গোপনে গোপন হাজাৰ তৃষা আধৰুৱা.. আধৰুৱা..
কোনে আজিও আহি মোক কৰে আমনি হিয়া আজুৰি
বিছিন্ন মোৰ পৃথিৱী মৌনতাবোৰ আনে আদৰি৷
অশ্ৰু শীতল নিশাটি অস্ত আবেগৰ কুঁৱলী৷
নদী মোৰ প্ৰথম ভালপোৱা আলফুলে বুকুতে সজোৱা৷
নদী মোৰ প্ৰথম ভালপোৱা আলফুলে বুকুতে সজোৱা৷
বাখৰুৱা বহু সপোনে এদিন মোক জোকাইছিলে
তোমাৰ সতে মনে মনে মিছা মিছি বহু অভিনয়ে
এদিন মোক বুজাই দিলে মন ভাগে অকাৰণে৷
কোৱাই নহ’ল বহু কথা গোপনে গোপন হাজাৰ তৃষা৷
আধৰুৱা আধৰুৱা নদী মোৰ প্ৰথম ভালপোৱা৷
Nadi Mur Pratham Lyrics
Nadi Mur PrathamBhalpowaAlful E BukuteSajowa
Nadi Mur PrathamBhalpowaAlful E BukuteSajowa
Kowai NohoilBohu KothaGopone GoponHajar Trisha
Adhura..Adhura..
Kone Ajiu Ahi MokKore AmoniHiya Ajuri
Bichhinno MorPrithibiMounotaburAane Adori
Oshru ShitolNishatiOsto AbegorKuwoli
Nadi Mur ProthomBhalpowaAlful E BukuteSajowa
Nadi Mur ProthomBhalpowaAlful E BukuteSajowa
Bakharua BohuSoponeEidin MokJokaisile
Tomar SateMone MoneMicha MishiBohu Abhinoye
Eidin MokBujai DileMon BhageOkarone
Kowai NohoilBohu KothaGopone GoponHajar Trisha
AdhuraAdhura
Nadi Mur PrathamBhalpowa
Song Credits
Song: Nadi Mur Pratham
Lyricist: Nabanita Chetia
Musician: Abhijit Luthuri Chetia Pator
Label: NADI Entertainment