Now reading

Nadi Mur Pratham

Nadi Mur Pratham

Nadi Mur Pratham

নদী মোৰ প্ৰথম ভালপোৱাআলফুলে বুকুতে সজোৱা৷
নদী মোৰ প্ৰথম ভালপোৱাআলফুলে বুকুতে সজোৱা৷
কোৱাই নহ’ল বহু কথাগোপনে গোপন হাজাৰ তৃষাআধৰুৱা.. আধৰুৱা..
কোনে আজিও আহি মোককৰে আমনি হিয়া আজুৰি
বিছিন্ন মোৰ পৃথিৱীমৌনতাবোৰ আনে আদৰি৷
অশ্ৰু শীতল নিশাটিঅস্ত আবেগৰ কুঁৱলী৷
নদী মোৰ প্ৰথম ভালপোৱাআলফুলে বুকুতে সজোৱা৷
নদী মোৰ প্ৰথম ভালপোৱাআলফুলে বুকুতে সজোৱা৷
বাখৰুৱা বহু সপোনেএদিন মোক জোকাইছিলে
তোমাৰ সতে মনে মনেমিছা মিছি বহু অভিনয়ে
এদিন মোক বুজাই দিলেমন ভাগে অকাৰণে৷
কোৱাই নহ’ল বহু কথাগোপনে গোপন হাজাৰ তৃষা৷
আধৰুৱা আধৰুৱানদী মোৰ প্ৰথম ভালপোৱা৷
Found a mistake in these lyrics? Please send us the correct lyrics through the contact form.

Watch now

Nadi Mur Pratham Music Video

Behind the song

Credits, facts & answers

A quick guide built from the verified credits attached to this song.

FAQ

Good to know

Who wrote the lyrics for Nadi Mur Pratham?

The lyrics for Nadi Mur Pratham were written by Nabanita Chetia.

Who composed the music for Nadi Mur Pratham?

The music for Nadi Mur Pratham was composed by Abhijit Luthuri Chetia Pator.

Which music label released Nadi Mur Pratham?

Nadi Mur Pratham is associated with NADI Entertainment.